অসম

assam

ETV Bharat / state

তিনিচুকীয়া সম্পন্ন ভোটদান প্ৰক্ৰিয়া - ডিব্ৰুগড় লোকসভা সমষ্টি

জিলাখনৰ বিভিন্ন ভোটগ্ৰহণ কেন্দ্ৰসমূহৰ পৰা নিৰ্বাচনী বিষয়াসকল আহি ষ্ট্ৰং ৰুমত উপস্থিত হৈছে ৷

তিনিচুকীয়া সম্পন্ন ভোটদান প্ৰক্ৰিয়া

By

Published : Apr 11, 2019, 11:17 PM IST

তিনিচুকীয়া, 11 এপ্ৰিলঃতিনিচুকীয়াত সম্পন্ন হৈছে ভোটদান ৷ ডিব্ৰুগড় লোকসভা সমষ্টিৰ অন্তৰ্গত জিলাখনৰ 505টা ভোটগ্ৰহণ কেন্দ্ৰৰ পৰা ইভিএমসমূহ লৈ নিৰ্বাচনী বিষয়াসকল উপস্থিত হৈছে নিৰ্ধাৰিত ষ্ট্ৰং ৰুমত ৷ জিলাখনত 62 শতাংশ ভোটদান সম্পন্ন হোৱা বুলি জানিব পৰা গৈছে ৷

তিনিচুকীয়া সম্পন্ন ভোটদান প্ৰক্ৰিয়া

তিনিচুকীয়াৰ বৰগুৰি আইটিআইস্থিত ষ্ট্ৰং ৰুমৰ পৰা স্থানীয় সাংবাদিক প্ৰশান্ত খাটোৱালৰ এক প্ৰতিবেদন ৷

ABOUT THE AUTHOR

...view details