তিনিচুকীয়া, 12 আগষ্ট : 74 তমস্বাধীনতা দিৱসৰ প্ৰাক্ ক্ষণত আলফা স্বাধীন আৰু এন এছ চি এন (জি পি আৰ এন) ৰ প্ৰেছ বিবৃতি ৷ ভাৰতবৰ্ষৰ স্বাধীনতা দিৱস বৰ্জনৰ বাবে আহ্বান জনাইছে নগা বিদ্ৰোহী সংগঠন আৰু স্বাধীন অসমৰ দাবীৰে হাতত তুলি লোৱা সংযুক্ত মুক্তি বাহিনী অসমে ৷ প্ৰতি বছৰে স্বাধীনতা দিৱস আৰু গণৰাজ্য দিৱস বৰ্জন কৰি আহিছে উত্তৰ পূৰ্বাঞ্চলৰ বিদ্ৰোহী সংগঠন সমূহে ৷ এইবাৰো এক প্ৰেছ বিবৃতি প্ৰেৰণ কৰি এই দিৱস বৰ্জন কৰিবলৈ আহ্বান জনাইছে নগা আৰু অসমৰ সংগঠন দুটাই ৷
স্বাধীনতা দিৱস বৰ্জৰ আহ্বান আলফা(স্বা)-এন এছ চি এনৰ - প্ৰেছ বিবৃতি
ভাৰতবৰ্ষৰ স্বাধীনতা দিৱস বৰ্জনৰ বাবে আহ্বান জনাইছে নগা বিদ্ৰোহী সংগঠন আৰু স্বাধীন অসমৰ দাবীৰে হাতত তুলি লোৱা সংযুক্ত মুক্তি বাহিনী অসমে ৷
![স্বাধীনতা দিৱস বৰ্জৰ আহ্বান আলফা(স্বা)-এন এছ চি এনৰ ulfa-nscn urge to boycott India's independence day](https://etvbharatimages.akamaized.net/etvbharat/prod-images/768-512-8390808-thumbnail-3x2-hhh.jpg)
স্বাধীনতা দিৱস বৰ্জৰ আহ্বান আলফা-এন এছ চি এনৰ
লগতে পঢ়ক :চিৰাঙত আই নদীত জাহ গ'ল শতাধিক লোকৰ ঘৰ বাৰী