অসম

assam

ETV Bharat / state

আলফা স্বাধীনত পুনৰ খহনীয়া - SURRENDERED

বুধবাৰে এগৰাকী আলফা সদস্য আটক হোৱাৰ বিপৰীতে আন এগৰাকীয়ে আত্মসমৰ্পণ কৰাৰ পাচতেই নিশা তিনিচুকীয়াৰ এক অজ্ঞাত স্থানত আন তিনিগৰাকীকৈ আলফা স্বাধীনৰ দুৰ্ধৰ্ষ সদস্যই সেনা-আৰক্ষী ওচৰত আত্মসমৰ্পণ কৰে ৷

আলফা স্বাধীনত পুনৰ খহনীয়া

By

Published : Jul 18, 2019, 9:58 AM IST

Updated : Jul 18, 2019, 10:41 AM IST

  • অব্যাহত আছে আলফা স্বাধীনৰ ধাৰাবাহিক খহনীয়া
  • বুধবাৰে দুগৰাকী আলফা সদস্যৰ এগৰাকী সদস্য আটক আন গৰাকী আত্মসমৰ্পণৰ পিছতেই বৃহস্পতিবাৰে নিশা তিনিচুকীয়াৰ এক অজ্ঞাত স্থানত আন তিনিগৰাকীকৈ আলফা স্বাধীনৰ দুৰ্ধৰ্ষ সদস্যই সেনা-আৰক্ষীৰ ওচৰত আত্মসমৰ্পণ কৰে
    আলফা স্বাধীনত পুনৰ খহনীয়া
  • আত্মসমৰ্পণ কৰা আলফা সদস্য কেইগৰাকী ক্ৰমে ছাৰ্জেণ্ট মেজৰ নীৰৱ সন্দিকৈ ওৰফে জয়দ্বীপ মৰাণ, কৰুণজ্যোতি চেতিয়া ওৰফে উদ্দিপন অসম আৰু পলাশ দাস ওৰফে লাটুমনি অসম
    আলফা স্বাধীনত পুনৰ খহনীয়া
  • আত্মসমৰ্পণৰ সময়ত কেডাৰ তিনিগৰাকীয়ে ১৪৯ জাই সক্ৰিয় গুলী আৰু সামৰিক পোছাক জমা দিয়ে তিনিচুকীয়া আৰক্ষীক
Last Updated : Jul 18, 2019, 10:41 AM IST

ABOUT THE AUTHOR

...view details