অসম

assam

ETV Bharat / state

আলফা-চৰকাৰৰ শান্তি আলোচনা: জীয়াই আছে ৰেৱতী ফুকন - আলফা-চৰকাৰৰ শান্তি আলোচনা: জীয়াই আছে ৰেৱতী ফুকন

আলফা আৰু ভাৰত চৰকাৰৰ দীৰ্ঘদিনীয়া সংঘাট অৱসান হোৱাৰ পথত আগবাঢ়িছে ৷ জীয়াই আছে মধ্যস্থতাকাৰী ৰেৱতী ফুকন ৷

জীয়াই আছে ৰেৱতী ফুকন
জীয়াই আছে ৰেৱতী ফুকন

By

Published : Jan 30, 2020, 1:39 PM IST

আলফা-ভাৰত চৰকাৰৰ শান্তি আলোচনাৰ মধ্যস্থতাকাৰী তথা পৰেশ বৰুৱাৰ বাল্য বন্ধু ৰেৱতী ফুকন জীয়াই আছে । আলফা আৰু ভাৰত চৰকাৰৰ দীৰ্ঘদিনীয়া ৰাজনৈতিক সংঘাত অৱসান হোৱাৰ পথত । এই সন্দৰ্ভত আমাৰ সাংবাদিক প্ৰশান্ত খাটোৱালৰExclusiveপ্ৰতিবেদন-

জীয়াই আছে ৰেৱতী ফুকন

ABOUT THE AUTHOR

...view details