অসম

assam

ETV Bharat / state

যোৰহাটৰ পৰা আটক দুই দুধৰ্ষ আলফা কেডাৰ - আলফা কেডাৰ গ্ৰেপ্তাৰ

ulfa apprehend from tinsukia Assam
যোৰহাটৰ পৰা আটক দুই দুধৰ্ষ আলফা সদস্য

By

Published : Nov 27, 2019, 8:36 AM IST

Updated : Nov 27, 2019, 8:48 AM IST

08:21 November 27

তিনিচুকীয়া আৰক্ষীয়ে যোৰহাটৰ পৰা আটক কৰে দুই আলফা কেডাৰক

আলফা স্বাধীনৰ প্ৰতিবাদ দিৱসৰ দিনাই তিনিচুকীয়া আৰক্ষীৰ বৃহৎ সাফল্য
 

তিনিচুকীয়াৰ আৰক্ষী অধীক্ষকৰ নেতৃত্বত চলা এক অভিযানত পুনৰ আটক দুই দুধৰ্ষ আলফা সদস্য

এক গোপন খৱৰৰ ভিত্তিত অভিযান চলাই তিনিচুকীয়া আৰক্ষীয়ে যোৰহাটৰ পৰা আটক কৰে দুয়োকে

ধৃত কেডাৰ দুগৰাকী ক্ৰমে তিনিচুকীয়াৰ তালাপৰ টুটু বৰা ওৰফে হান্দোম অসম আৰু যোৰহাট চিনামৰাৰ জুমন বৰা

২৮ নবেম্বৰত আলফা স্বাধীনৰ প্ৰতিবাদ দিৱস উপলক্ষে উজনি অসমত ভয়ংকৰ কুটাঘাটৰ পৰিকল্পনা কৰিছিল দুই কেডাৰে

ইয়াৰ পূৰ্বে ২৫ নৱেম্বৰত জাগুনৰ টিংকুপানী বনাঞ্চলৰ পৰা দিম্পল বৰুৱা ওৰফে গুদু অসম নামৰ আন এগৰাকী কেডাৰ আটক কৰিছিল তিনিচুকীয়া আৰক্ষীয়ে

Last Updated : Nov 27, 2019, 8:48 AM IST

ABOUT THE AUTHOR

...view details