ডুমডুমা, 18 মে': কৰ'না মহামাৰীৰ বাবে দেশজুৰি লক ডাউন বাহাল থকাৰ সময়তে তিনিচুকীয়া জিলাৰ ফিল'বাৰীত অব্যাহত আছে চোৰাং কাঠৰ ব্যৱসায় ৷ দেওবাৰে নিশা ফিল'বাৰীৰ সেনা শিবিৰৰ সন্মুখেদি পাৰ হোৱা অৱস্থাতে সেনাই জব্দ কৰে জব্দ দুখনকৈ চোৰাং কাঠ কঢ়িয়াই নিয়া ট্ৰাক ৷ ফিল'বাৰীৰ সেনা শিবিৰৰ সন্মুখেদি ডুমডুমা দিশে গৈ থকা অৱস্থাতে সেনাই জব্দ কৰে AS 23 CC 1873 আৰু AS 23 CC 1882 নম্বৰৰ ট্ৰাক দুখন ৷ প্ৰায় ৫ লক্ষ্যাধিক টকাৰ কাঠখিনি অৰুণাচলৰ পৰা চোৰাংভাৱে কঢ়িয়াই অনাৰ সন্দেহ কৰিছে আৰক্ষীয়ে ৷
লক ডাউনৰ মাজতে ফিলবাৰীত জব্দ চোৰাং কাঠ ভৰ্তি ট্ৰাক - কাঠখিনি অৰুণাচলৰ পৰা চোৰাংভাৱে কঢ়িয়াই অনাৰ সন্দেহ
ফিল'বাৰীৰ সেনা শিবিৰৰ সন্মুখেদি ডুমডুমা দিশে গৈ থকা অৱস্থাতে সেনাই জব্দ কৰে AS 23 CC 1873 আৰু AS 23 CC 1882 নম্বৰৰ ট্ৰাক দুখন ৷

লক ডাউনৰ মাজতে ফিলবাৰীত জব্দ চোৰাং কাঠ ভৰ্তি ট্ৰাক
লক ডাউনৰ মাজতে ফিলবাৰীত জব্দ চোৰাং কাঠ ভৰ্তি ট্ৰাক
উল্লেখ্য যে, বৰ্তমানলৈ এই ঘটনা সন্দৰ্ভত কোনো লোককে আটক কৰিবলৈ সক্ষম হোৱা নাই আৰক্ষী ৷ ইতিমধ্যে ডুমডুমাৰ পৰা বনবিভাগৰ লোক ফিল'বাৰীত উপস্থিত হৈ ট্ৰাক কেইখন নিজৰ জিম্মাত লৈ তদন্ত অব্যাহত ৰাখিছে ৷
লগতে পঢ়কঃ