অসম

assam

ETV Bharat / state

তিনিচুকীয়াত ৰে'লৰ খুন্দাত মৃত্যু যুৱকৰ

তিনিচুকীয়াৰ শ্ৰীপুৰীয়াৰ ৭০০ নম্বৰ গেটত শুকুৰবাৰে দিনৰ প্ৰায় ১২ বজাত সংঘটিত হয় দুৰ্ঘটনা ৷ ৰে'লৰ খুন্দাত মৃত্য়ুক সাৱটি লয় এগৰাকী যুৱকে ৷ বৰ্তমানেও জানিব পৰা যোৱা যুৱক গৰাকীৰ পৰিচয় ৷

By

Published : Oct 9, 2020, 4:20 PM IST

ৰে'লৰ খুন্দাত মৃত্যু যুৱকৰ
ৰে'লৰ খুন্দাত মৃত্যু যুৱকৰ

তিনিচুকীয়া, 9 অক্টোবৰ:তিনিচুকীয়াত চলন্ত ৰে'লৰ খুন্দাত প্ৰাণ গ'ল এজন যুৱকৰ ৷ তিনিচুকীয়াৰ শ্ৰীপুৰীয়াৰ ৭০০ নম্বৰ গেটত শুকুৰবাৰে দিনৰ প্ৰায় ১২ বজাত সংঘটিত হয় ঘটনাতো ৷ লালগড় এক্সপ্ৰেছ ৰে'লৰ খুন্দাত মৃত্যু হয় এই যুৱকজনৰ ৷ পৰৱৰ্তী সয়মত ঘটনাস্থলীত ৰাইজৰ ব্যাপক সমাগম ঘটে যদিও, বৰ্তমানলৈ উদ্ধাৰ হোৱা নাই যুৱকজনৰ পৰিচয় ৷

ABOUT THE AUTHOR

...view details