তিনিচুকীয়াত অসম বন্ধৰ সৰ্বাত্মক প্ৰভাৱ - সদৌ চুতীয়া ছাত্ৰ সন্থা
তিনিচুকীয়াৰ বিধায়ক সঞ্জয় কিষাণৰ বাসগৃহ ঘেৰাও প্ৰতিবাদকাৰীৰ ৷

কেব বাতিলৰ দাবীত জ্বলিছে অসম
তিনিচুকীয়া, 9 ডিচেম্বৰঃ তিনিচুকীয়া জিলাত কেব বাতিলৰ দাবীত সদৌ মৰাণ ছাত্ৰ সন্থা আৰু সদৌ চুতীয়া ছাত্ৰ সন্থাই আহ্বান জনোৱা অসম বন্ধৰ সৰ্বাত্মক প্ৰভাৱ ৷ বিধায়ক সঞ্জয় কিষাণৰ বাসগৃহ ঘেৰাও প্ৰতিবাদকাৰীৰ ৷
তিনিচুকীয়া জিলাত কেব বাতিলৰ দাবীত অসম বন্ধ