অসম

assam

ETV Bharat / state

তিনিচুকীয়াত গুলীচালনা; আহত 1 জন - ডিব্ৰুগড় চিকিৎসা মহাবিদ্যালয় হস্পিতাল

তিনিচুকীয়াৰ বাঘজান জকাইচুক গাঁৱত ৰমেন মৰাণ নামৰ লোকজনে একেগাঁৱৰে জিতুল মৰাণ নামৰ লোকজনক নিজ গৃহতে গুলীয়াই পলায়ন কৰে ৷ পেটত গুলিবৃদ্ধ হৈ থকা জিতুল মৰাণক ততাতৈয়াকৈ উন্নত চিকিৎসাৰ বাবে ডিব্ৰুগড় চিকিৎসা মহাবিদ্যালয় হস্পিতাললৈ প্ৰেৰণ ৷

তিনিচুকীয়াত গুলীচালনা; আহত 1 জন

By

Published : Oct 3, 2019, 9:54 PM IST

Updated : Oct 3, 2019, 10:16 PM IST

তিনিচুকীয়া,3অক্টোবৰঃ তিনিচুকীয়াৰ বাঘজান জকাইচুক গাঁৱৰ চাঞ্চল্যৰ গুলীচালনাৰ ঘটনা ৷ ৰমেন মৰাণ নামৰ লোকজনে একেগাঁৱৰে জিতুল মৰাণ নামৰ লোকজনক নিজ গৃহতে গুলীয়াই পলায়ন কৰে ৷ এই ঘটনাৰ পিছতে হুৱাদুৱা লাগে জকাইচুক গাঁৱত ৷ পেটত গুলীবিদ্ধ হৈ থকা জিতুল মৰাণক ততাতৈয়াকৈ উন্নত চিকিৎসাৰ বাবে ডিব্ৰুগড় চিকিৎসা মহাবিদ্যালয় হাস্পতাললৈ প্ৰেৰণ কৰা হয় ৷ ইতিমধ্যে ঘটনাস্থলীত আৰক্ষী উপস্থিত হৈ ঘটনাৰ তদন্ত আৰম্ভ কৰিছে ৷ আৰক্ষীৰ প্ৰাথমিক তদন্তত এটা হস্তনিৰ্মিত পিষ্টলে গুলীচালনা কৰাৰ সম্ভাৱনা কৰা বুলি উল্লেখ কৰিছে ৷

তিনিচুকীয়াত গুলীচালনা; আহত 1 জন

এই সমগ্ৰ ঘটনা সন্দৰ্ভত আহত জিতুল মৰাণৰ পত্নীৰ ভাষ্যঃ

তিনিচুকীয়াত গুলীচালনা; আহত 1 জন
Last Updated : Oct 3, 2019, 10:16 PM IST

ABOUT THE AUTHOR

...view details