- তিনিচুকীয়াত শিহৰণকাৰী ডকাইতিৰ ঘটনা ৷
- দিন-দুপৰতে দুৰ্বৃত্তই লুটিলে ধন ৷
- চিচিটিভিত আবদ্ধ সমগ্ৰ দৃশ্যাৱলী ৷
- ডিব্ৰুগড় ঢেকীয়াজুলিৰ সঞ্জীৱ কোঁৱৰ নামৰ লোকজনক লুটিলে দুৰ্বৃত্তই ৷
- বাইকত অহা দুৰ্বৃত্তই লুটি নিলে 2লাখ টকা ৷
- ঘটনাস্থলীত আৰক্ষীৰ অভিযান আৰম্ভ ৷ তিনিচুকীয়াত দিন-দুপৰতে ডকাইতি
তিনিচুকীয়াত দিন-দুপৰতে ডকাইতি - ডকাইতি
বুধবাৰে তিনিচুকীয়া চহৰত সংঘটিত হয় ডকাইতিৰ ঘটনা ৷
![তিনিচুকীয়াত দিন-দুপৰতে ডকাইতি](https://etvbharatimages.akamaized.net/etvbharat/prod-images/768-512-4336272-thumbnail-3x2-0.jpg)
তিনিচুকীয়াত দিন-দুপৰতে ডকাইতি