অসম

assam

ETV Bharat / state

তিনিচুকীয়াত দুৰ্বৃত্তৰ সন্ত্ৰাস,ধন লুটৰ চেষ্টা - axix bank

তিনিচুকীয়াৰ বৰডুবি বাহাদুৰ চাৰিআলিত দুৰ্বৃত্তৰ সন্ত্ৰাস ৷ মহাকালি চাহ বাগিচাৰ শ্ৰমিকৰ দৰমহাৰ ধন নি থকা অৱস্থাতে তিনিখন মটৰচাইকেলত অহা দুৰ্বৃত্তই বৰভেটাত গাড়ী ৰখাবলৈ চেষ্টা চলাই ৷

তিনিচুকীয়াত দুৰ্বৃত্তৰ সন্ত্ৰাস, ধন লুটৰ চেষ্টা

By

Published : Jun 20, 2019, 5:23 PM IST

  • তিনিচুকীয়াৰ বৰডুবি বাহাদুৰ চাৰিআলিত দুৰ্বৃত্তৰ সন্ত্ৰাস
  • মহাকালি চাহ বাগিচাৰ ধন লুটৰ চেষ্টা এটা ছয়জনীয়া দুৰ্বৃত্তৰ দলৰ
  • তিনিচুকীয়াৰ এক্সিছ বেংকৰ পৰা ২৬ লাখ পঞ্চাশ হাজাৰ টকা আনি থকা অৱস্থাতে কাঢ়ি নিয়াৰ চেষ্টা
  • শ্ৰমিকৰ দৰমহাৰ ধন নি থকা অৱস্থাতে তিনিখন মটৰচাইকেলত অহা দুৰ্বৃত্তই বৰভেটাত গাড়ী ৰখাবলৈ চেষ্টা চলাই
  • বাগিচাৰ গাড়ীচালক গৰাকীয়ে গাড়ী নৰখোৱাত দুৰ্বৃত্তৰ দলটোৱে গাড়ীখনক উদ্দেশ্যি গুলী চালনা কৰে
  • গুলী চালনাত কোনো ক্ষয়-ক্ষতি হোৱা নাই
  • ঘটনাস্থলীত বৰডুবি আৰক্ষী উপস্থিত হৈ ঘটনাৰ তদন্ত আৰম্ভ কৰিছে
    তিনিচুকীয়াত দুৰ্বৃত্তৰ সন্ত্ৰাস, ধন লুটৰ চেষ্টা

ABOUT THE AUTHOR

...view details