তিনিচুকীয়া, 12 ফেব্ৰুৱাৰীঃপুনৰ এক ডকাইতি কাণ্ডই জোকাৰি গৈছে তিনিচুকীয়া ৷ তিনিচুকীয়াৰ গেলাপুখুৰীত দিনদুপৰতে সংঘটিত হৈছে চাঞ্চল্যকৰ ডকাইতি ৷ বেংকত আত্মসহায়ক গোটৰ ধন জমা কৰিবলৈ অহাৰ পথত দুই মহিলাক চোকা অস্ত্ৰ দেখুৱাই বাইকত অহা দুই দুৰ্বৃত্বই লুটিলে ২৪,৯০০ টকা ৷
তিনিচুকীয়াত চাঞ্চল্যকৰ ডকাইতি - তিনিচুকীয়া ডকাইতি
তিনিচুকীয়াৰ গেলাপুখুৰীত দিনদুপৰতে সংঘটিত হৈছে চাঞ্চল্যকৰ ডকাইতিৰ ঘটনা ৷ বেংকত আত্মসহায়ক গোটৰ ধন জমা কৰিবলৈ অহাৰ পথত দুই মহিলাক চোকা অস্ত্ৰ দেখুৱাই বাইকত অহা দুই দুৰ্বৃত্বই লুটিলে ২৪,৯০০ টকা ৷
![তিনিচুকীয়াত চাঞ্চল্যকৰ ডকাইতি tinsukia dacoit](https://etvbharatimages.akamaized.net/etvbharat/prod-images/768-512-6052783-thumbnail-3x2-t.jpg)
তিনিচুকীয়াত চাঞ্চল্যকৰ ডকাইতি
তিনিচুকীয়াত চাঞ্চল্যকৰ ডকাইতি
ইতিমধ্যে ঘটনাস্থলীত তিনিচুকীয়া আৰক্ষী উপস্থিত হৈ আৰম্ভ কৰিছে তদন্ত ৷ আনহাতে, মাত্ৰ দুদিনৰ ভিতৰতে জিলাখনত সংঘটিত হোৱা কেইবাটাও ডকাইতিৰ ঘটনাই তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে ৷