অসম

assam

By

Published : Dec 12, 2019, 10:47 AM IST

Updated : Dec 12, 2019, 12:00 PM IST

ETV Bharat / state

তিনিচুকীয়াত হাজাৰ হাজাৰ লোক ওলাই আহিছে ৰাজপথলৈ

নিশা পানীতোলা ৰেল ষ্টেচনত অগ্নিসংযোগ
নিশা পানীতোলা ৰেল ষ্টেচনত অগ্নিসংযোগ

11:57 December 12

মুখ্যমন্ত্ৰীৰ গৃহ চহৰ চাবুৱাত উত্তপ্ত পৰস্থিতি ৷

  • আৰক্ষীৰ শূন্যলৈ গুলিচালনা
  • উত্তেজিত ৰাইজে লণ্ড ভণ্ড কৰিলে চাবুৱা ৰাজহ চক্ৰ বিষয়াৰ কাৰ্যালয়
  • পৰিস্থিতি নিয়ন্ত্ৰণৰ বাবে আৰক্ষী-অৰ্ধ সামৰিক বাহিনীৰ চেষ্টা
  • ক্ৰমাৎ অৱনতি ঘটাৰ সম্ভাৱনা পৰিস্থি

10:05 December 12

তিনিচুকীয়াত ভয়ংকৰ পৰিস্থিতি নিশা, পঞ্চায়ত কাৰ্যালয, ডাকঘৰ, ৰেল ষ্টেচনত অগ্নি সংযোগ দুৰ্বৃত্তৰ

তিনিচুকীয়াত যুদ্ধ সদৃশ পৰিস্থিতি
  • তিনিচুকীয়া উপায়ুক্ত কাৰ্যালয়ৰ সন্মুখত যুদ্ধসদৃশ পৰিৱেশ 
  • হিজুগুৰি 2 নং গেটত 5 খন দোকানত অগ্নিকাণ্ড দুস্কৃতিকাৰীৰ
  • জীৱন্তে অগ্নিদগ্ধ হৈ মৃত্যু এজন লোকৰ
  • কেব গৃহীত হোৱাৰ পিচতে এই ঘটনা 
  • নিশা পানীতোলা ৰেল ষ্টেচনত অগ্নিসংযোগ
  • পানীতোলা পঞ্চায়তৰ কাৰ্যালয়তো অগ্নিসংযোগ 
  • জুইত জাহ গ'ল পানীতোলা ডাকঘৰ আৰু পঞ্চায়ত কাৰ্যালয়
  • তিনিচুকীয়া উপায়ুক্ত কাৰ্যালয়ৰ সন্মুখত যুদ্ধসদৃশ পৰিৱেশ 
  • সেনাৰ ফ্লেগমাৰ্চ সমগ্ৰ জিলাখনতে  
  • নিশা দুই বজালৈকে গুলিচালনাৰ ঘটনা সংঘটিত হৈছে তিনিচুকীয়াত 
  • স্বতস্ফূৰ্তভাৱে হাজাৰ হাজাৰ মানুহ ৰাজপথলৈ ওলাই আহিছে ৰাজপথলৈ


 

Last Updated : Dec 12, 2019, 12:00 PM IST

ABOUT THE AUTHOR

...view details