অসম

assam

By

Published : Dec 11, 2019, 1:38 PM IST

Updated : Dec 11, 2019, 2:00 PM IST

ETV Bharat / state

তিনিচুকীয়াত প্ৰতিবাদকাৰীলৈ লক্ষ্য কৰি আৰক্ষীৰ গুলীচালনা

তিনিচুকীয়াত প্ৰতিবাদকাৰীলৈ লক্ষ্য কৰি আৰক্ষীৰ গুলীচালনা
তিনিচুকীয়াত প্ৰতিবাদকাৰীলৈ লক্ষ্য কৰি আৰক্ষীৰ গুলীচালনা

13:33 December 11

কেব বিৰোধী প্ৰতিবাদক লৈ অগ্নিগৰ্ভ তিনিচুকীয়া ৷

  • তিনিচুকীয়াত হাজাৰ হাজাৰ প্ৰতিবাদকাৰীৰ আৰু আৰক্ষীৰ মাজত সংঘৰ্ষ
  • পৰিস্থিতি ক্ৰমাৎ উত্তপ্ত হৈ পৰিছে তিনিচুকীয়াৰ পৰিস্থিতি
  • আৰক্ষীলৈ লক্ষ্য কৰি প্ৰতিবাদকাৰীৰ শিলগুটি নিক্ষেপ 
  • উত্তেজিত জনতাক নিয়ন্ত্ৰণ কৰিবলৈ আৰক্ষীৰ ৰবৰ বুলেটোৰে গুলিচালনা
  • আৰক্ষীৰ গুলিচালনাত কেবাজনো লোক আহত হৈছে 
  • ইটিভি ভাৰতৰ সাংবাদিক প্ৰশান্ত খাটোৱাল আহত
Last Updated : Dec 11, 2019, 2:00 PM IST

For All Latest Updates

ABOUT THE AUTHOR

...view details