অসম

assam

ETV Bharat / state

বিশেষ ৰে'লেৰে অহা ৯৪ জনক কোৱাৰেইণ্টাইন তিনিচুকীয়া জিলা প্ৰশাসনৰ - উপায়ুক্ত ভাস্কৰ পেগুই

তিনিচুকীয়া জিলা প্ৰশাসনে বাছেৰে জিলাখনৰ সৰ্বানন্দ সিংহ ষ্টেডিয়ামলৈ আনি প্ৰথমে থাৰমেল স্কেনিং কৰি 14 দিনৰ বাবে কোৱাৰেইণ্টাইন কৰে যাত্ৰীসকলক।

Tinsukia administration Quarantined 94 passengers
বিশেষ ৰে'লেৰে অহা ৯৪ জনক কোৱাৰেইণ্টাইন তিনিচুকীয়া জিলা প্ৰশাসনৰ

By

Published : May 14, 2020, 6:37 PM IST

তিনিচুকীয়া, 14 মে': বৃহস্পতিবাৰে নতুন দিল্লী পৰা ডিব্ৰুগড়মুখী ৰে'লেৰে তিনিচুকীয়াত উপস্থিত হয় 94 গৰাকী যাত্ৰী ৷ জিলা প্ৰশাসনে বাছেৰে তিনিচুকীয়া সৰ্বানন্দ সিংহ ষ্টেডিয়ামলৈ আনি প্ৰথমে থাৰমেল স্কেনিং কৰি 14 দিনৰ বাবে কোৱাৰেইণ্টাইন কৰে যাত্ৰীসকলক । জিলা প্ৰশাসনে তিনিচুকীয়াত বহিঃৰাজ্যৰ পৰা অহা যাত্ৰীসকলৰ বাবে মুঠ 25 টা কোৱাৰেইণ্টাইন কেন্দ্ৰ সাজু কৰা বুলি অৱগত কৰে জিলা উপায়ুক্ত ভাস্কৰ পেগুৱে ।

বিশেষ ৰে'লেৰে অহা ৯৪ জনক কোৱাৰেইণ্টাইন তিনিচুকীয়া জিলা প্ৰশাসনৰ

ABOUT THE AUTHOR

...view details