অসম

assam

তিনিচুকীয়াত পথ দূৰ্ঘটনাত নিহত আৰক্ষী বিষয়া

By

Published : Aug 12, 2019, 1:15 PM IST

থিতাতে নিহত পানীতোলা আৰক্ষী চকীৰ উপ-পৰিদৰ্শক সুনীল গগৈ

তিনিচুকীয়াৰ নপুখুৰী দুলীয়াজান তিনিচুকীয়া পথত ভয়ংকৰ পথ দুৰ্ঘটনা

তিনিচুকীয়া, 12 আগষ্ট: তিনিচুকীয়াৰ নপুখুৰী দুলীয়াজান তিনিচুকীয়া পথত ভয়ংকৰ পথ দুৰ্ঘটনা

এখন ৰৈ থকা ট্ৰাকত প্ৰচণ্ড খুন্দা এখন Hyundai Xcent বাহনৰ

ফলত থিতাতে নিহত Xcent খনৰ চালক সুনীল গগৈ

গুৰুতৰভাৱে আহত সুনীল গগৈৰ পত্নী আৰু কন্যা

পানীতোলা আৰক্ষী চকীৰ উপ-পৰিদৰ্শক হিচাপে কৰ্মৰত আছিল নিহত সুনীল গগৈ

পৰিয়ালৰ সৈতে বৰডুবিৰ পৰা তিনিচুকীয়ালৈ আহি আছিল সুনিল গগৈৰ বাহনখন

Hyundai Xcent খনৰ নম্বৰ AS-23 S5460

তিনিচুকীয়াৰ নপুখুৰী দুলীয়াজান তিনিচুকীয়া পথত ভয়ংকৰ পথ দুৰ্ঘটনা

ABOUT THE AUTHOR

...view details