অসম

assam

ETV Bharat / state

তিনিচুকীয়াত নবৌৱেকৰ মুণ্ড চেদ কৰি আত্মসমৰ্পন দেওৰেকৰ - নন্দন মুড়া নামৰ লোকজনে নিজৰ নবৌয়েকক দাৰে ঘপিয়াই হত্যা

তিনিচুকীয়াৰ শামুকজানত নৃশংস ঘটনা ৷ নন্দন মুড়া নামৰ লোকজনে নিজৰ নবৌয়েকক দাৰে ঘপিয়াই হত্যা কৰি আত্ম সমৰ্পণ কৰে লিডু আৰক্ষী চকীত ৷

তিনিচুকীয়াত নবৌৱেকৰ মুণ্ড চেদন দেওৰেকৰ

By

Published : Nov 8, 2019, 9:27 PM IST

তিনিচুকীয়া, 8 নৱেম্বৰঃ

  • তিনিচুকীয়াৰ শামুকজানত নৃশংস ঘটনা
  • চোকা অস্ত্ৰৰে ঘপিয়াই সম্বন্ধীয় নবৌৱেকৰ মুণ্ড চেদ কৰিলে দেওৰেকে
  • শামুকজানৰ ৰিং গাঁৱত এই ভয়ংকৰ ঘটনা
  • নন্দন মুড়া নামৰ লোকজনে নিজৰ নবৌয়েকক দাৰে ঘপিয়াই হত্যা কৰি আত্ম সমৰ্পণ কৰে লিডু আৰক্ষী চকীত
    তিনিচুকীয়াত নবৌৱেকৰ মুণ্ড চেদন দেওৰেকৰ

ABOUT THE AUTHOR

...view details