অসম

assam

ETV Bharat / state

তিনিচুকীয়াত চিপিআই(এম)ৰ প্ৰতিবাদ - Tinisukia CPI(M) Protest

মূল্য বিধি,নিবনুৱাক সংস্থাপন,ভাৰত প্ৰেট্ৰলিয়ামক ব্যক্তিগত খণ্ডক গটোৱাৰ সিদ্ধান্তৰ বিৰুদ্ধে তিনিচুকীয়াত চিপিআই(এম)ৰ প্ৰতিবাদ

Tinisukia CPI(M) Protest

By

Published : Oct 15, 2019, 11:52 PM IST

Updated : Oct 16, 2019, 1:07 AM IST

তিনিচুকীয়া,15 অক্টোবৰ : বিজেপি নেতৃত্বাধীন কেন্দ্ৰ চৰকাৰে জন বিৰোধী কাৰ্য গ্ৰহণ কৰাৰ প্ৰতিবাদত সমগ্ৰ দেশ জুৰি মঙলবাৰে বাওঁপন্থী সংগঠন চিপিআই এমে প্ৰতিবাদ সাব্যস্ত কৰে । দেশৰ ভিন্ন প্ৰান্তৰ লগতে তিনিচুকীয়াতো সংগঠনটোৱে জিলা উপায়ুক্তৰ সম্মুখত এক প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰি মূল্য বৃদ্ধি,নিবনুৱাক সংস্থাপন,ভাৰত প্ৰেট্ৰলিয়ামক ব্যক্তিগত খণ্ডক গটোৱাৰ সিদ্ধান্তক লৈ তীব্ৰ বিৰোধিতা কৰি দেশৰ প্ৰধানমন্ত্ৰী লৈ এক স্মাৰক পত্ৰ প্ৰদান কৰে । প্ৰতিবাদকাৰী সকলে বিভিন্ন চৰকাৰ বিৰোধী শ্ল'গানৰে উত্তাল কৰে প্ৰতিবাদস্থলী ৷

তিনিচুকীয়াত চিপিআই(এম)ৰ প্ৰতিবাদ
Last Updated : Oct 16, 2019, 1:07 AM IST

ABOUT THE AUTHOR

...view details