ডুমডুমা,25মেঃ লক্ ডাউনৰ মাজতে তিনিচুকীয়াৰ কাকজানত বিষাক্ত কাঠফুলা খাই তিনিজনকৈ লোক অসুস্থ হৈ পৰে ৷ তিনিচুকীয়া জিলাৰ ফিল'বাৰী আৰক্ষী থানাৰ অন্তৰ্গত ৪ নং কাকজানত নিশাৰ আহাৰত কাঠফুলা খাই মনোজ মহালী, অম্বিকা মহালী আৰু পিংকী মহালী অসুস্থ হয় ।
কাঠফুলা খাই কাকজানত তিনিজন অসুস্থ - কাঠফুলা খাই কাকজানত তিনিজন অসুস্থ
নিশাৰ আহাৰত কাঠ ফুলা খাই অসুস্থ তিনিজন ব্যক্তিক চিকিৎসালয়ত ভৰ্তি ৷

কাঠফুলা খাই কাকজানত তিনিজন অসুস্থ
কাঠফুলা খাই কাকজানত তিনিজন অসুস্থ
কাঠফুলা ভক্ষণ কৰাৰ পিচতে তেওঁলোক গুৰুতৰভাৱে অসুস্থ হৈ পৰাত প্ৰথম অৱস্থাত ডুমডুমা FRU চিকিৎসালয়লৈ নিয়া হয় যদিও উন্নত চিকিৎসাৰ বাবে আটাইকেইজনক তিনিচুকীয়ালৈ প্ৰেৰণ কৰা হৈছে ।
লগতে পঢ়কঃ বৰপেটাত লক ডাউন উলংঘা নকৰাৰ বাবে প্ৰশাসনৰ তৎপৰতা