অসম

assam

ETV Bharat / state

গণৰাজ্য দিৱসত শদিয়া আৰক্ষীৰ তিনি কনিষ্টবললৈ বিশেষ সন্মান - শদিয়া আৰক্ষীৰ তনি কনিষ্টবললৈ বিশেষ সন্মান

গণৰাজ্য দিৱসৰ দিনটোতে শদিয়া আৰক্ষীৰ তিনি কনিষ্টবললৈ বিশেষ সন্মান ৷ অসম আৰক্ষীৰ ‘মেৰিটৰিয়াচ চাৰ্ভিছ’ৰ বাবে লাভ কৰিছে মেডেল ৷

Three constable from Sadiya police will be given medals on Republic Day
গণৰাজ্য দিৱসত শদিয়া আৰক্ষীৰ তিনি কনিষ্টবললৈ বিশেষ সন্মান

By

Published : Jan 26, 2020, 12:53 AM IST

শদিয়া, 25 জানুৱাৰীঃদেওবাৰে সমগ্ৰ দেশজুৰি উদযাপন কৰা হ’ব গণৰাজ্য দিৱস ৷ গণৰাজ্য দিৱসৰ দিনটোতে শদিয়া আৰক্ষীৰ তিনি কনিষ্টবললৈ বিশেষ সন্মান ৷ অসম আৰক্ষীৰ ‘মেৰিটৰিয়াচ চাৰ্ভিছ’ৰ বাবে লাভ তিনিওগৰাকীকে প্ৰদান কৰা হ’ব মেডেল ৷ মেডেল লাভ কৰিছে কনিষ্টবল বিজয় সোণোৱাল, NAIK শ্ৰী কৃষ্ণকান্ত লাহন আৰু কনিষ্টবল বিজয় শইকীয়া ৷

গণৰাজ্য দিৱসত শদিয়া আৰক্ষীৰ তিনি কনিষ্টবললৈ বিশেষ সন্মান

For All Latest Updates

ABOUT THE AUTHOR

...view details