ডুমডুমা, 25 জুন : কলা শাখাৰ তৃতীয় স্থানত উজ্বলিল ডুমডুমাৰ মৌমিতা কোঁৱৰ । মৌমিতাই লাভ কৰিছে সৰ্বমুঠ 473 নম্বৰ ৷ আৰ. ডি. জুনিয়ৰ কলেজৰ পৰা উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাত অৱৰ্তীৰ্ণ হৈছিল মৌমিতা কোঁৱৰ ।
কলা শাখাৰ তৃতীয় স্থানত ডুমডুমাৰ মৌমিতা কোঁৱৰ - আৰ. ডি. জুনিয়ৰ কলেজৰ পৰা অৱতীৰ্ণ মৌমিতা
কলা শাখাত ডুমডুমাৰ পৰা সুনাম অৰ্জন কৰিলে মৌমিতা কোঁৱৰে । মৌমিতাই লাভ কৰিছে সৰ্বমুঠ 473 নম্বৰ ৷
![কলা শাখাৰ তৃতীয় স্থানত ডুমডুমাৰ মৌমিতা কোঁৱৰ Third position in Arts by Moumita Konwar](https://etvbharatimages.akamaized.net/etvbharat/prod-images/768-512-7760733-thumbnail-3x2-mo-2.jpg)
কলা শাখাৰ তৃতীয় স্থানত ডুমডুমাৰ মৌমিতা কোঁৱৰ
ডুমডুমা বৰহাপজান নিবাসী বিমল কোঁৱৰৰ কন্যা মৌমিতা কোঁৱৰ ।