ETV Bharat / state
ডুমডুমাত ভয়ংকৰ অগ্নিকাণ্ড - Fire broke out
ডুমডুমাত ভয়ংকৰ অগ্নিকাণ্ড (Fire broke out in Doom Dooma) ৷ অগ্নিকাণ্ডত ভস্মীভূত হয় এটা বাসগৃহ ৷ মানখোৱা চাহ বাগিচাৰ সমীপৰ ১ নং এঠেংঙীয়াৰ বীৰ সিং মানকি নামৰ লোকজনৰ বাসগৃহত সংঘটিত হয় এই অগ্নিকাণ্ড ৷
ডুমডুমাত ভয়ংকৰ অগ্নিকাণ্ড
By
Published : Sep 17, 2022, 8:32 PM IST
| Updated : Sep 17, 2022, 9:12 PM IST
- ডুমডুমাত ভয়ংকৰ অগ্নিকাণ্ড (Massive Fire broke out in Tinsukia)
- অগ্নিকাণ্ডত ভস্মীভূত হয় এটা বাসগৃহ
- মানখোৱা চাহ বাগিচাৰ সমীপৰ ১ নং এঠেংঙীয়াৰ বীৰ সিং মানকি নামৰ লোকজনৰ বাসগৃহত সংঘটিত হয় এই অগ্নিকাণ্ড
- বাতৰি যুগুতোৱাৰ সময়লৈকে উপস্থিত হোৱা নাই অগ্নিনিৰ্বাপন বাহিনীৰ বাহন
- অৱশ্যে অগ্নিকাণ্ডৰ কাৰণ এতিয়ালৈকে জানিব পৰা হোৱা নাই
- অগ্নিকাণ্ডত বীৰ সিং মানকিৰ বাসগৃহটো সম্পূৰ্ণৰূপে ভস্মীভূত হয়
- জুইত জাহ যায় কেইবা লক্ষাধিক টকাৰ সা-সম্পত্তি
ডুমডুমাত ভয়ংকৰ অগ্নিকাণ্ড
Last Updated : Sep 17, 2022, 9:12 PM IST