ডুমডুমা, 20 জুন: চাহ নগৰী ডুমডুমাৰ সমীপতে থকা APEEJAY TEA LIMITED ৰ অধীনৰ হাপজান চাহ বাগিছাত নিতৌ চাহপাত চুৰিৰ ঘটনা সংঘটিত হোৱাৰ অভিযোগ ৷ এই গুৰুতৰ অভিযোগ উত্থাপন কৰি ঘটনা সম্পৰ্কে প্ৰশাসনৰ কাষ চাপিছে বাগিছাখনত কৰ্মৰত চাহ শ্ৰমিকসকল ৷ বাগিছাখনৰ এটা বৃহৎ এলেকাত প্ৰায় প্ৰতিনিশাই চোৰে চাহপাত চুৰ কৰা বুলি অভিযোগ উত্থাপন কৰিছে বাগিছাখনত কৰ্মৰত একাংশ শ্ৰমিকে ৷
চাহপাত চুৰি কাৰ্যক লৈ অতিষ্ঠ চাহ বাগিছাৰ শ্ৰমিক - APEEJAY TEA LIMITED
বাগিছাখনৰ এটা বৃহৎ এলেকাত প্ৰায় প্ৰতিনিশাই চোৰে চাহপাত চুৰ কৰা বুলি অভিযোগ উত্থাপন কৰিছে বাগিছাখনত কৰ্মৰত একাংশ শ্ৰমিকে ৷

চাহপাত চুৰি কাৰ্যক লৈ অতিষ্ঠ হাপজান চাহ বাগিছাৰ চাহ শ্ৰমিক
চাহপাত চুৰি কাৰ্যক লৈ অতিষ্ঠ হাপজান চাহ বাগিছাৰ চাহ শ্ৰমিক
উল্লেখ্য যে, বাগিছাখনত চলি থকা এই চুৰি কাৰ্য শীঘ্ৰেই বন্ধ কৰিবলৈ আৰক্ষীৰ লগতে জিলা প্ৰশাসনক স্মাৰক পত্ৰ প্ৰদান কৰিছে বাগিছাখনৰ একাংশ শ্ৰমিকে ৷ লগতে চাহপাত চুৰিৰ লগত জড়িত লোকসকলক প্ৰশাসনে চিনাক্ত কৰি উপযুক্ত শাস্তি বিহাৰ দাবী জনাইছে লোক সকলে ৷