অসম

assam

ETV Bharat / state

দুই চেপ্তেম্বৰৰ পৰা সন্ধানহীন ডুমডুমাৰ সৰুকণ মৰাণ - সৰুকণ মৰাণ

গণেশ পূজা চাবলৈ যোৱাৰ পৰাই সন্ধানহীন হৈ আছে ছাত্ৰজন

দুই চেপ্তেম্বৰৰ পৰা সন্ধানহীন ডুমডুমাৰ সৰুকণ মৰাণ

By

Published : Sep 9, 2019, 9:36 AM IST

  • ডুমডুমাৰ দুৱাৰমৰা-কাকজানত ছাত্ৰ সন্ধানহীন
  • ছাত্ৰজন ৪ নং কাকজানৰ ভৱেশ্বৰ মৰাণৰ পুত্ৰ সৰুকণ মৰাণ
  • দুৱাৰমৰা ঘুৰণী এম.ই. স্কুলৰ অষ্টম শ্ৰেণীৰ ছাত্ৰ সৰুকণ
  • দুই চেপ্তেম্বৰৰ পৰা সন্ধানহীন হৈ আছে ছাত্ৰজন
  • গণেশ পূজা চাবলৈ যোৱাৰ পৰাই সন্ধানহীন হৈ আছে সৰুকণ মৰাণ
  • ছাত্ৰ জনৰ কিবা সন্ধান পালে ৯৯৫৪৩৩৬৯৭৭ নম্বৰত যোগাযোগ কৰিবলৈ আহ্বান জনাইছে পৰিয়ালৰ লোকে
    দুই চেপ্তেম্বৰৰ পৰা সন্ধানহীন ডুমডুমাৰ সৰুকণ মৰাণ

ABOUT THE AUTHOR

...view details