অসম

assam

ETV Bharat / state

তিনিচুকীয়াত ৰাজ্যিক মন্ত্ৰী সঞ্জয় কিষানৰ সংবাদমেল

তিনিচুকীয়াত ৰাজ্যিক মন্ত্ৰী সঞ্জয় কিষানৰ সংবাদমেল । সভাত বিভন্ন বিষয়ৰ ওপৰত মন্তব্য আগবঢ়ায় মন্ত্ৰী গৰাকীয়ে ।

By

Published : May 21, 2020, 10:24 PM IST

State Minister Sanjoy Kishan Press Meet at Tinsukia
তিনিচুকীয়াত ৰাজ্যিক মন্ত্ৰী সঞ্জয় কিষানৰ সংবাদমেল

তিনিচুকীয়া,21 মেঃ কৰ'ণা ভাইৰাছ সন্দৰ্ভত তিনিচুকীয়াৰ হোটেল হিলটন ব্লুত ৰাজ্যিক মন্ত্ৰী সঞ্জয় কিষানৰ সংবাদমেল । বহস্পতিবাৰৰ এই সংবাদমেলত কেন্দ্ৰীয় চৰকাৰৰ নিৰ্দেশ মৰ্মে ৰাজ্যৰ চাহ বাগিচাসমূহত সম্পূৰ্ণ নীতি নিয়মৰ মাজেৰেই কামসমূহ কৰি থকা বুলি জনায় মন্ত্ৰী গৰাকীয়ে ।

ৰাজ্যিক মন্ত্ৰী সঞ্জয় কিষানৰ সংবাদমেল

উল্লেখ্য যে, বিগত 6 মে'ত পিঞ্চিপ্ৰাল চেক্ৰেটাৰীয়ে এখন জননী প্ৰেৰণ কৰিছিল । জাননীখনত লিখা আছিল যে, উদ্যোগ প্ৰতিষ্ঠান সমূহত কৰ্মচাৰীয়ে 12 ঘণ্টা কাম কৰিলে তাৰ বিনিময়ত কৰ্মচাৰীজনে অতিৰিক্ত টকা লাভ কৰিব । সম্প্ৰতি সেই জাননী খনকে একাংশ শ্ৰমিক সংগঠনে নিজৰ ৰাজনৈতিক মুনাফাৰ বাবে 12 ঘণ্টাকৈ শ্ৰমিক সকলক কামত খটুৱাব বুলি অপপ্ৰচাৰ কৰা বুলি সংবাদমেলত অভিযোগ উত্থাপন কৰে মন্ত্ৰী গাৰকীয়ে ।

লগতে পঢ়ক- দেৰগাঁৱৰ চিকাৰীঘাটত উপস্থিত মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল

ABOUT THE AUTHOR

...view details