অসম

assam

ETV Bharat / state

লিডুত উদ্ধাৰ দুস্প্ৰাপ্য জীৱ - Lidu Railway Station

লিডুত উদ্ধাৰ কৰা হৈছে এটি দুস্প্ৰাপ্য জীৱ ৷ উক্ত জীৱটোক লৈ কৌতুহলৰ সৃষ্টি হৈছে স্থানীয় ৰাইজৰ মাজত ৷

sloths rescue in margherita assam etv bharat news
লিডুত উদ্ধাৰ দুস্প্ৰাপ্য জীৱ

By

Published : Nov 3, 2020, 1:07 PM IST

মাৰ্ঘেৰিটা,3 নৱেম্বৰ:লিডুত উদ্ধাৰ কৰা হৈছে এটি দুস্প্ৰাপ্য জীৱ ৷ উক্ত জীৱটোক লৈ কৌতুহলৰ সৃষ্টি হৈছে স্থানীয় ৰাইজৰ মাজত ৷ পাটকাই পাহাৰৰ গাতে লাগি থকা লিডু ৰে’লৱে ষ্টেচনৰ এটি বিদ্যুতৰ খুঁটাত জীৱটো প্ৰত্যক্ষ কৰে স্থানীয় ৰাইজে ৷ উপস্থিত ৰাইজৰ মাজৰ একাংশই জীৱটো লাজুকী বান্দৰ বুলি দাবী কৰাৰ বিপৰীতে আন একাংশই আকৌ ইয়াক স্তন্যপায়ী প্ৰজাতিৰ জীৱ বুলি কব খোজে ৷ অঞ্চলটোৰ একাংশ অসাধু লোকে প্ৰাণীটোক প্ৰত্যক্ষ কৰাৰ পিছত হত্যাৰ চেষ্টা চলায় ৷ উক্ত লোকসকলক এই কাৰ্যত বাধা প্ৰদান কৰি জীৱটোৰ প্ৰাণৰক্ষা কৰে ৰে’লৱে সুৰক্ষা বাহিনীৰ লোকৰ লগতে প্ৰকৃতিপ্ৰেমী একাংশ লোকে ৷

ABOUT THE AUTHOR

...view details