তিনিচুকীয়া,17 মে':ৰাজ্যৰ মুখ্যমন্ত্ৰী হিচাপে ড৹ হিমন্ত বিশ্ব শৰ্মাই শপত গ্ৰহণৰ পাচতে ৰাজ্য প্ৰশাসনৰ শীৰ্ষ পৰ্যায়ত ঘটাইছে দ্বিতীয়টো বৃহৎ ৰদ-বদল । দেওবাৰে এক নিৰ্দেশযোগে সালসলনি ঘটোৱা হৈছে বহু কেইখন জিলাৰ উপায়ুক্ত ।
তিনিচুকীয়াৰ নতুন উপায়ুক্ত পাৱাৰ নাৰসিং চম্ভাজি - ৰাজ্যৰ মুখ্যমন্ত্ৰী
মুখ্যমন্ত্ৰী হিচাপে ড৹ হিমন্ত বিশ্ব শৰ্মাই শপত গ্ৰহণৰ পাচতে ৰাজ্য প্ৰশাসনৰ শীৰ্ষ পৰ্যায়ত ঘটাইছে দ্বিতীয়টো বৃহৎ ৰদ-বদল । তিনিচুকীয়া জিলাত পূৰ্বৰ জিলা উপায়ুক্ত দিগন্ত শইকীয়াৰ সলনি পাৱাৰ নাৰসিং চম্ভাজিক নতুন উপায়ুক্ত হিচাপে নিযুক্তি প্ৰদান কৰে ৷

তিনিচুকীয়াৰ নতুন উপায়ুক্ত পাৱাৰ নাৰসিং চম্ভাজি
আন আন জিলাৰ লগতে সলনি হ'ল তিনিচুকীয়া জিলাৰ উপায়ুক্ত ৷ পূৰ্বৰ জিলা উপায়ুক্ত দিগন্ত শইকীয়াৰ সলনি পাৱাৰ নাৰসিং চম্ভাজিক নতুন জিলা উপায়ুক্ত হিচাপে নিযুক্তি প্ৰদান কৰা হৈছে ৷