অসম

assam

ETV Bharat / state

হাতত নাঙল লৈ খেতি পথাৰত ব্যস্ত এজন বিধায়ক

তিনিচুকীয়া বিধানসভা সমষ্টিৰ বিধায়ক সঞ্জয় কিষান হাতত নাঙল লৈ ব্যস্ত খেতি পথাৰত

By

Published : Jul 15, 2019, 11:52 PM IST

হাতত নাঙল লৈ খেতি পথাৰত ব্যস্ত এজন বিধায়ক

তিনিচুকীয়া,15 জুলাইঃ তিনিচুকীয়া বিধানসভা সমষ্টিৰ বিধায়ক সঞ্জয় কিষানে দেওবাৰে হাতত নাঙল লৈ খেতি পথাৰত ব্যস্ত হৈ পৰে ৷ ৰাজনীতিৰ ব্যস্ততাৰ মাজতো তিনিচুকীয়াৰ লাইপুলি মৰাণকাৰী গাঁৱত উপস্থিত হৈ খেতিয়ক ৰাইজৰ সৈতে হাল বোৱা,কঠীয়া ৰোৱাৰ লগতে ৰাজ্য চৰকাৰে কৃষকসকললৈ আগবঢ়োৱা বিভিন্ন সা-সুবিধাসমূহ আৰু চৰকাৰী আঁচনি সমূহৰ বিষয়েও কৃষক ৰাইজৰ আগত অৱগত কৰে বিধায়কগৰাকীয়ে ৷ অন্যহাতে সাংবাদিকৰ আগত বিজেপি চৰকাৰে কৃষি ক্ষেত্ৰৰ উন্নতিৰ বাবে চেষ্টা অব্যাহত ৰাখিছে বুলিও মত প্ৰকাশ কৰে ৷

হাতত নাঙল লৈ খেতি পথাৰত ব্যস্ত এজন বিধায়ক

ABOUT THE AUTHOR

...view details