তিনিচুকীয়া, 16 নৱেম্বৰ: দিপাৱালীৰ মাজতে নিশা তিনিচুকীয়াত সংঘটিত হয় ভয়ংকৰ পথ দুৰ্ঘটনা । তিনিচুকীয়াৰ গেলাপুখুৰীৰ চান্দমাৰী বাইপাছত দুখন দ্ৰুত বেগী বাইকৰ মাজত সংঘটিত হয় এই দুৰ্ঘটনা ৷ মুখামুখী বাইকৰ সংঘৰ্ষত থিতাতে নিহত হয় এজন বাইক আৰোহী ৷ আনহাতে দুৰ্ঘটনাত গুৰুতৰভাবে আহত হয় আন এজন বাইক আৰোহী । আহত লোকজনক গেলাপুখুৰী আৰক্ষীয়ে চিকিৎসালয়লৈ প্ৰেৰণ কৰিছে ৷
তিনিচুকীয়াত পথ দুৰ্ঘটনাত নিহত এজন - পথ দুৰ্ঘটনা
দুৰ্ঘটনাত গুৰুতৰভাবে আহত হয় আন এজন বাইক আৰোহী ।
![তিনিচুকীয়াত পথ দুৰ্ঘটনাত নিহত এজন Road accident in tinsukia](https://etvbharatimages.akamaized.net/etvbharat/prod-images/768-512-9556677-thumbnail-3x2-tin.jpg)
তিনিচুকীয়াত পথ দুৰ্ঘটনাত নিহত এজন