অসম

assam

ETV Bharat / state

মাকুমত শোকাৱহ পথ দুৰ্ঘটনা, নিহত 1

By

Published : Apr 27, 2019, 11:08 PM IST

Updated : Apr 28, 2019, 1:47 AM IST

মাকুমত শোকাৱহ পথ দুৰ্ঘটনা

2019-04-27 22:44:07

দুৰ্ঘটনাত নিহত মাকুমৰ বৰতৰানী গাঁৱৰ চিৰঞ্জীৱ নেওগ ৷ বাইক চলাই ঘৰলৈ গৈ থকা অৱস্থাতে ডিগবৈ পথৰ নাহৰ ভবনৰ ওচৰত এখন চলন্ত অ'ট লগত হোৱা মুখামুখি সংঘৰ্ষৰ ফলতে থিতাতে নিহত হয় যুৱকজন

মাকুমত শোকাৱহ পথ দুৰ্ঘটনা

তিনিচুকীয়া, 27 এপ্ৰিলঃ তিনিচুকীয়া মাকুমত শোকাৱহ পথ দুৰ্ঘটনা ৷ থিতাতে নিহত বাইক আৰোহী ৷ শনিবাৰে নিশা প্ৰায় ৯ বজাত সংঘটিত হয় এই দুৰ্ঘটনা ৷ দুৰ্ঘটনাত নিহত মাকুমৰ বৰতৰানী গাঁৱৰ চিৰঞ্জীৱ নেওগ ৷ বাইক চলাই ঘৰলৈ গৈ থকা অৱস্থাতে ডিগবৈ পথৰ নাহৰ ভবনৰ ওচৰত এখন চলন্ত অ'ট লগত হোৱা মুখামুখি সংঘৰ্ষৰ ফলতে থিতাতে নিহত হয় যুৱকজন ৷  

Last Updated : Apr 28, 2019, 1:47 AM IST

ABOUT THE AUTHOR

...view details