তিনিচুকীয়া, 13 জুন :তিনিচুকীয়া জিলাৰ বাঘজান আৰক্ষী থানাৰ অন্তৰ্গত বাঘজান চাহ বাগিছাৰ ৭ নম্বৰ লাইনত উদ্ধাৰ এটা প্ৰকাণ্ড অজগৰ । চাহ বাগিছাখনত কাম কৰি থকা কেইজনমান যুৱকে অজগৰডাল উদ্ধাৰ কৰি বাঘজান আৰক্ষী থানাত চমজাই দিয়ে । উদ্ধাৰ হোৱা অজগৰডালৰ ওজন প্ৰায় ৩০ কেজি বুলি অনুমান কৰা হৈছে । ইতিমধ্যে বাঘজান আৰক্ষী থানাত উপস্থিত হৈ অজগৰডাল চমজি লৈছে বন বিভাগে ৷
বাঘজানত উদ্ধাৰ প্ৰকাণ্ড অজগৰ - অজগৰ
বাঘজান চাহ বাগিছাত উদ্ধাৰ হোৱা অজগৰৰ ওজন প্ৰায় ৩০ কেজি বুলি অনুমান কৰা হৈছে ।

বাঘজানত উদ্ধাৰ প্ৰকাণ্ড অজগৰ
বাঘজানত উদ্ধাৰ প্ৰকাণ্ড অজগৰ