অসম

assam

By

Published : Nov 28, 2020, 11:29 AM IST

ETV Bharat / state

প্ৰতিবাদ দিৱস উপলক্ষে আলফা(স্বাঃ)ৰ প্ৰতিক্ৰিয়া

প্ৰতিবাদ দিৱস উপলক্ষে আলফা(স্বাঃ)ৰ প্ৰতিক্ৰিয়া প্ৰকাশ ৷ এক ভিডিঅ’ৰ জৰিয়তে সংগঠনটোৱে এই প্ৰতিক্ৰিয়া প্ৰকাশ কৰে ৷

প্ৰতিবাদ দিৱস উপলক্ষে আলফা(স্বাঃ)ৰ প্ৰতিক্ৰিয়া
প্ৰতিবাদ দিৱস উপলক্ষে আলফা(স্বাঃ)ৰ প্ৰতিক্ৰিয়া

ডুমডুমা,28 নৱেম্বৰ:27 নৱেম্বৰত প্ৰতিবাদ দিৱস উপলক্ষে নিষিদ্ধ ঘোষিত উগ্ৰপন্থী সংগঠন সংযুক্ত মুক্তি বাহিনী চমুকৈ আলফা (স্বা) য়ে প্ৰকাশ কৰিছে এটি ভিডিঅ’ ৷ উক্ত ভিডিঅ’টোৰ জৰিয়তে সংগঠনটোৰ নেতা লেফটেণ্টেট আইচেম অসমে কেতবোৰ গুৰুত্বপূৰ্ণ বিষয় উত্থাপন কৰে ৷ উক্ত ভিডিঅ’টোত আলফাৰ শক্তি জাহিৰ কৰি নেতাগৰাকীয়ে অসমৰ মাটিত চলি থকা দমন, অত্যাচাৰ, ধৰ্ষণ আদিৰ বিৰুদ্ধে মতামত প্ৰকাশ কৰে ৷ তদুপৰি ভাৰতৰ সেনাৰ জিঘাংসা পৰিতৃপ্ত কৰিবলৈ দেশত সামৰিক বাহিনী বিশেষ ক্ষমতা আইন কাৰ্যকৰী কৰা হৈছিল বুলি সংগঠনটোৱে ভিডিঅ’টোৰ জৰিয়তে প্ৰকাশ কৰে ৷

প্ৰতিবাদ দিৱস উপলক্ষে আলফা(স্বাঃ)ৰ প্ৰতিক্ৰিয়া

For All Latest Updates

ABOUT THE AUTHOR

...view details