এইবাৰ ব্যৱসায়িক ভিত্তিত এই অসম মুলুকতে এই বটা চৰাই এতিয়া হৈ পৰিছে স্বাৱলম্বী হোৱাৰ এক পথ।
ৰসৰাজ লক্ষ্মীনাথ বেজবৰুৱাদেৱৰ চম্পাৱতীৰ সাধুত পঢ়া মনত আছেনে বাৰু !!! - বটা চৰাই
অসমীয়া সাহিত্য সংস্কৃতি সকলোতে এক সুকীয়া স্থান দখল কৰি আহিছে বটা চৰাই য়ে ।
বটা চৰাই পালনেৰে স্বাৱলম্বী
এক প্ৰতিবেদন