পূজালৈ মাজত মাত্ৰ কেইটামান দিন, শেষ পৰশ দিয়াত ব্যস্ত মৃন্ময় শিল্পী ... - পূজালৈ মাজত মাত্ৰ কেইটামান দিন
শাৰদীয় দুৰ্গোৎসৱলৈ মাজত মাত্ৰ কেইটামান দিন ৷ শংখ, ঘন্টা,বৈদিক মন্ত্ৰোচ্চাৰণেৰে মুখৰ হ'ব ৰাজ্যৰ আকাশ-বতাহ দুৰ্গা পূজাক লৈ এতিয়া ব্যস্ততাৰ অন্ত নাই ৰাজ্যৰ মৃৎ শিল্পীসকলৰ মাজত । সমান্তৰালকৈ দুৰ্গতিনাশিনীক আদৰাৰ পূৰ্বে বিশ্বখনিকৰক আদৰিবলৈ সাজু হৈ পৰিছে ৰাজ্যবাসী ৷ চৌদিশে চলিছে বিশ্বকৰ্মা পূজাৰ প্ৰস্তুতি ৷ চাওক এই প্ৰতিবেদন....
![পূজালৈ মাজত মাত্ৰ কেইটামান দিন, শেষ পৰশ দিয়াত ব্যস্ত মৃন্ময় শিল্পী ...](https://etvbharatimages.akamaized.net/etvbharat/prod-images/768-512-4434697-thumbnail-3x2-na.jpeg)
চৌদিশে চলিছে পূজাৰ প্ৰস্তুতি
শাৰদী ৰাণীৰ আচলত ধৰি আকৌ আহিছে শাৰদীয় দুৰ্গোৎসৱ ৷ শংখ, ঘন্টা,বৈদিক মন্ত্ৰোচ্চাৰণেৰে মুখৰ হ'ব ৰাজ্যৰ আকাশ-বতাহ ৷ শাৰদীয় দুৰ্গোৎসৱলৈ মাজত মাথো কেইটামান দিন ৷ দুৰ্গা পূজাক লৈ এতিয়া ব্যস্ততাৰ অন্ত নাই ৰাজ্যৰ মৃৎ শিল্পীসকলৰ মাজত । সমান্তৰালকৈ দুৰ্গতিনাশিনীক আদৰাৰ পূৰ্বে বিশ্বখনিকৰক আদৰিবলৈ সাজু হৈ পৰিছে ৰাজ্যবাসী ৷ চৌদিশে চলিছে নিৰ্মাণ-সৃজনৰ দেৱতা দেৱশিল্পৰ পূজাৰ প্ৰস্তুতি ৷
চৌদিশে চলিছে পূজাৰ প্ৰস্তুতি