তিনিচুকীয়া,31মাৰ্চ:সোমবাৰে ধলাৰ আহোম নিংছি গাঁৱত অইল ইণ্ডিয়াৰ এখন তেল পৰিবাহী টেংকাৰৰ খুন্দাত এজন লোকৰ মৃত্যু হোৱাৰ পাচতে প্ৰতিবাদ মুখৰ হৈ পৰিছে তিনিচুকীয়াৰ ধলা ৷ নিপ ঠাকুলী নামৰ লোকজনৰ মৃত্যুৰ পাচতে উত্তেজিত লোকে অনিৰ্দিষ্ট কাললৈ মেচাকীস্থিত TX অইল খাদ বন্ধ ৰখাৰ দাবী জনায় ৷ ধলা অঞ্চলৰ দল সংগঠনৰ উদ্যোগত আৰু ছৈখোৱা, ডাঙৰী, মেগেলা, ধাদুম আদি অঞ্চলৰ ৰাইজে দোষীক উচিত শাস্তি প্ৰদান কৰাৰ দাবী জনায় ৷
মেচাকীস্থিত TX অইল খাদ বন্ধৰ দাবীত তিনিচুকীয়াত প্ৰতিবাদ - মেচাকীস্থিত TX অইল খাদ বন্ধৰ দাবীত তিনিচুকীয়াত প্ৰতিবাদ
ধলাৰ আহোম নিংছি গাঁৱত সোমবাৰে অইল ইণ্ডিয়াৰ এখন তেল পৰিবাহী টেংকাৰৰ খুন্দাত নিপ ঠাকুলী নামৰ লোকজনৰ মৃত্যুৰ পাচতে উত্তেজিত লোকে অনিৰ্দিষ্ট কাললৈ মেচাকীস্থিত TX অইল খাদ বন্ধ ৰখাৰ দাবী জনায় ৷ ধলা অঞ্চলৰ দল সংগঠনৰ উদ্যোগত আৰু ছৈখোৱা, ডাঙৰী, মেগেলা, ধাদুম আদি অঞ্চলৰ ৰাইজে দোষীক উচিত শাস্তি প্ৰদান কৰাৰ দাবী জনায় ৷
![মেচাকীস্থিত TX অইল খাদ বন্ধৰ দাবীত তিনিচুকীয়াত প্ৰতিবাদ মেচাকীস্থিত TX অইল খাদ বন্ধৰ দাবীত তিনিচুকীয়াত প্ৰতিবাদ](https://etvbharatimages.akamaized.net/etvbharat/prod-images/768-512-11228868-thumbnail-3x2-bvdf.jpg)
মেচাকীস্থিত TX অইল খাদ বন্ধৰ দাবীত তিনিচুকীয়াত প্ৰতিবাদ
মেচাকীস্থিত TX অইল খাদ বন্ধৰ দাবীত তিনিচুকীয়াত প্ৰতিবাদ
TAGGED:
অইল ইণ্ডিয়া