অসম

assam

By

Published : Jan 8, 2020, 5:37 PM IST

ETV Bharat / state

ব্যতিক্ৰমী পন্থাৰে ডুমডুমাত সাব্যস্ত কা বিৰোধী প্ৰতিবাদ

হিংসা পৰিহাৰ কৰি কলা-সাধনাৰ মাধ্যমেৰে বুধবাৰে ডুমডুমাত প্ৰতিবাদ সাব্যস্ত কৰে নৃত্য ভাৰতী,দিপ্তী নৃত্যালয় নামৰ নৃত্যানুষ্ঠান দুটাই ৷ অনুষ্ঠান দুটাক এই প্ৰতিবাদত সহযোগ কৰে ডুমডুমা আঞ্চলিক বীৰ লাচিত সেনা,ডুমডুমা শাখা সাহিত্য সভাৰ লগতে স্থানীয় ৰাইজ তথা বিভিন্ন দল-সংগঠনে ৷

চি এ এ
নৃত্যানুষ্ঠানৰ উদ্যোগত এই প্ৰতিবাদ

ডুমডুমা,8 জানুৱাৰীঃ ব্যতিক্ৰমী পদ্ধতিৰে ডুমডুমাত সাব্যস্ত কৰা হয় নাগৰিকত্ব সংশোধনী আইন বিৰোধী প্ৰতিবাদ ৷ হিংসা পৰিহাৰ কৰি কলা-সাধনাৰ মাধ্যমেৰে বুধবাৰে ডুমডুমাত প্ৰতিবাদ সাব্যস্ত কৰে নৃত্য ভাৰতী,দিপ্তী নৃত্যালয় নামৰ নৃত্যানুষ্ঠান দুটাই ৷ অনুষ্ঠান দুটাক এই প্ৰতিবাদত সহযোগ কৰে ডুমডুমা আঞ্চলিক বীৰ লাচিত সেনা,ডুমডুমা শাখা সাহিত্য সভাৰ লগতে স্থানীয় ৰাইজ তথা বিভিন্ন দল-সংগঠনে ৷

নৃত্যানুষ্ঠানৰ উদ্যোগত এই প্ৰতিবাদ

ডুমডুমা চহৰস্থিত মহাত্মা গান্ধীৰ প্ৰতিমূৰ্তিৰ সন্মুখত গীত-নৃত্য প্ৰদৰ্শনৰে নাগৰিকত্ব সংশোধনী আইন বাতিলৰ দাবীত প্ৰতিবাদ সাব্যস্ত কৰা হয়। উক্ত প্ৰতিবাদী কাৰ্যসূচীত স্থানীয় বিদ্যালয় সমূহৰ ছাত্ৰ-ছাত্ৰীসকলে বিভিন্ন নৃত্য প্ৰদৰ্শন কৰে।

লগতে চাওকঃসৰ্থেবাৰীত কৃষক মুক্তি সংগ্ৰাম সমিতিৰ 'কা' বিৰোধী প্ৰতিবাদ

ABOUT THE AUTHOR

...view details