অসম

assam

ETV Bharat / state

তিনিচুকীয়াত প্ৰতিকূল বতৰে ম্লান পেলাব পৰা নাই গণ হুংকাৰক ! - tinsukia CAA protest

নাগৰিকত্ব সংশোধনী আইন বাতিল দাবীত তিনিচুকীয়াৰ বৰগুৰি আই.টি.আই খেলপথাৰত গণ হুংকাৰ কাৰ্যসূচী ৷ প্ৰতিকূল বতৰকো নেওচি প্ৰতিবাদস্থলীত উপস্থিত অগণন জনতা ৷ প্ৰতিবাদস্থলীৰ পৰা সাংবাদিক প্ৰশান্ত খাটোৱালৰ প্ৰতিবেদন.....

তিনিচুকীয়া
তিনিচুকীয়াত গণ হুংকাৰ কাৰ্যসূচী

By

Published : Jan 3, 2020, 6:44 PM IST

তিনিচুকীয়া, 3 জানুৱাৰীঃ ৰাজ্যজুৰি অব্যাহত আছে নাগৰিকত্ব সংশোধনী আইন বাতিল দাবীত প্ৰতিবাদী কাৰ্যসূচী । শুকুৰবাৰে তিনিচুকীয়াৰ বৰগুৰি আই.টি.আই খেলপথাৰত সদৌ তিনিচুকীয়া জিলা ছাত্ৰ সন্থা,সদৌ মটক যুৱ ছাত্ৰ সন্মিলনৰ গণ হুংকাৰ কাৰ্যসূচী ।

তিনিচুকীয়াত গণ হুংকাৰ কাৰ্যসূচীত লুৰিণ জ্যোতি গগৈ

প্ৰতিকূল বতৰকো নেওচি প্ৰতিবাদত অংশ ল'লে হাজাৰ হাজাৰ প্ৰতিবাদী জনতাই ।

তিনিচুকীয়াত গণ হুংকাৰ কাৰ্যসূচী শিল্পী মানস ৰবীন

আৰু পঢ়কঃ "বৰ্তমান সময়ত সাহিত্য সভা এক জটিল সন্ধিক্ষণত"-যাদৱ শৰ্মা

ABOUT THE AUTHOR

...view details