অসম

assam

ETV Bharat / state

সোণোৱাল চৰকাৰৰ বিৰুদ্ধে ক্ষোভ তিনিচুকীয়াৰ শ্বহীদ পৰিয়ালৰ - সংবাদমেল

লোকসভা নিৰ্বাচন বৰ্জনৰ হুংকাৰ শ্বহীদ পৰিয়ালৰ ৷ পৰিয়ালসমূহে অভিযোগ কৰে যে সোণোৱাল চৰকাৰৰ এশ দিনীয়া কৰ্মসূচীত শ্বহীদৰ পৰিয়ালক সংস্থাপন প্ৰদানৰ বিষয়ে ঘোষণা কৰা হৈছিল যদিও দুবছৰ উকলি যোৱাৰ পাচতো ৰাজ্য চৰকাৰে এই প্ৰতিশ্ৰুতি পালন নকৰিলে ৷

ডুমডুমাত তিনিচুকীয়া জিলা সমিতিৰ সংবাদমেল

By

Published : Mar 10, 2019, 12:14 AM IST

Updated : Mar 10, 2019, 4:41 AM IST

ডুমডুমা,9মাৰ্চঃ অসম আন্দোলনৰ শ্বহীদ পৰিয়ালৰ প্ৰতি কোনো গুৰুত্ব নাই সৰ্বানন্দ সোণোৱাল নেতৃত্বাধীনচৰকাৰৰ । এই অভিযোগসদৌ অসম শ্বহীদ নিৰ্যাতিত পৰিয়ালৰ তিনিচুকীয়া জিলা সমিতিৰ ৷

ডুমডুমাত তিনিচুকীয়া জিলা সমিতিৰ সংবাদমেল
ডুমডুমাত এক সংবাদমেল অনুষ্ঠিত কৰি পৰিয়ালসমূহে অভিযোগ কৰে যে সোণোৱাল চৰকাৰৰ এশ দিনীয়া কৰ্মসূচীত শ্বহীদৰ পৰিয়ালক সংস্থাপন প্ৰদানৰ বিষয়ে ঘোষণা কৰা হৈছিল যদিও দুবছৰ উকলি যোৱাৰ পাচতো ৰাজ্য চৰকাৰে এই প্ৰতিশ্ৰুতি পালন নকৰিলে ৷ সেয়ে ক্ষোভিত শ্বহীদ পৰিয়ালসমূহে আগন্তুক লোকসভা নিৰ্বাচন বৰ্জনৰো হুংকাৰ দিয়ে ৷
Last Updated : Mar 10, 2019, 4:41 AM IST

ABOUT THE AUTHOR

...view details