তিনিচুকীয়া,17এপ্ৰিলঃ সমগ্ৰ ৰাজ্যত এতিয়া বিহুৰ উন্মাদনা। ঢোল পেপা গগণাৰ সুৰীয়া মাতে ৰজনজনাই গৈছে আকাশ বতাহ।
তিনিচুকীয়াত বহাগকলৈ কবি সমাৰোহ - assam news
তিনিঢুকীয়াৰ কবি সন্মিলনৰ সভাপতি ড0 ৰন্ঞ্জিত দত্তৰ সন্ঞ্চালনাত অনুষ্ঠিত কবি সমাৰোহত উজনি অসমৰ প্ৰায় দুকুৰি কবিয়ে অংশগ্ৰহণ কৰি জীপাল কৰি তোলে অনুষ্ঠানটো

তিনিচুকীয়াত বহাগকলৈ কবি সমাৰোহ
৫৪তম লিডু কেন্দ্ৰীয় ৰঙালী বিহু উৎসৱৰ মঞ্চত ব'হাগকলৈ অনুষ্ঠিত হয় এখন কবি সমাৰোহ। উজনি অসমৰ প্ৰায় দুকুৰি কবিয়ে অংশ গ্ৰহণ কৰে অনুষ্ঠানটোত।
তিনিচুকীয়াত বহাগকলৈ কবি সমাৰোহ
তিনিচুকীয়াৰ কবি সন্মিলনৰ সভাপতি ড0 ৰন্ঞ্জিত দত্তৰ সন্ঞ্চালনাত অনুষ্ঠিত কবি সমাৰোহত উজনি অসমৰ প্ৰায় দুকুৰি কবিয়ে অংশগ্ৰহণ কৰি অনুষ্ঠানটো জীপাল কৰি তোলে। অনুষ্ঠানটোত সদৌ অসম কবি সন্মিলনৰ কেইবাগৰাকী বিষয়ববীয়া উপস্থিত থাকে ।