অসম

assam

ETV Bharat / state

তিনিচুকীয়াত গছপুলি ৰোপণ আৰু সংৰক্ষণৰ পদক্ষেপ - তিনিচুকিয়া জিলা পৰিবেশ সুৰক্ষা সমিতি

বৰদলৈ নগৰ মধ্য ইংৰাজী বিদ্যালয়ৰ পৰিৱেশ সংঘ,যুৱ সংঘ,বিজ্ঞান সংঘৰ উদ্যোগত ৭২ তম গণৰাজ্য দিৱসৰ লগত সংগতি ৰাখি বৰদলৈ নগৰ মধ্য ইংৰজি বিদ্যালয়ৰ প্ৰাংগনত পৰিৱেশ সুৰক্ষা সমিতি অসমৰ ভাষাৰ উজা হেমচন্দ্ৰ বৰুৱা সোঁৱৰণিত ৰ্বষজোৰা গছপুলি ৰোপণ,সংৰক্ষণ বিতৰণ কাৰ্যসূচী হাতত লয় তিনিচুকীয়া জিলা পৰিৱেশ সুৰক্ষা সমিতিয়ে ।

তিনিচুকীয়াত গছপুলি ৰোপণ আৰু সংৰক্ষণৰ পদক্ষেপ
তিনিচুকীয়াত গছপুলি ৰোপণ আৰু সংৰক্ষণৰ পদক্ষেপ

By

Published : Jan 29, 2021, 7:33 AM IST

তিনিচুকীয়া,29 জানুৱাৰীঃবৃহস্পতিবাৰে তিনিচুকিয়াৰ বৰদলৈ নগৰ মধ্য ইংৰাজি বিদ্যালয়ৰ পৰিৱেশ সংঘ, যুৱ সংঘ, বিজ্ঞান সংঘৰ উদ্যোগত ৭২ তম গণৰাজ্য দিৱসৰ লগত সংগতি ৰাখি বৰদলৈ নগৰ মধ্য ইংৰজি বিদ্যালয়ৰ প্ৰাংগনত পৰিৱেশ সুৰক্ষা সমিতি অসমৰ ভাষাৰ উজা হেমচন্দ্ৰ বৰুৱা সোঁৱৰণিত ৰ্বষজোৰা গছপুলি ৰোপন, সংৰক্ষণ বিতৰণ কাৰ্যসূচী হাতত লয় তিনিচুকিয়া জিলা পৰিবেশ সুৰক্ষা সমিতিয়ে ।

উক্ত কাৰ্যসূচীৰ শুভাৰম্ভ কৰে তিনিচুকিয়া জিলাৰ আঁচনি বিষয়া দিপক বৰগোঁহাই আৰু পৰিৱেশ কৰ্মী তথা পৰিৱেশ সুৰক্ষা সমিতিৰ (অসম) ঋতুৰাজ বৰুৱাই । এই জৰিয়তে উদ্যোক্তা সকলে সমাজ জীৱন আৰু প্ৰাকৃতিক পৰিবেশৰ বাবে উপযোগী বিভিন্ন গছপুলি ৰোপণ আৰু বিতৰণ কৰে।

লগতে পঢ়কঃ জলবায়ু পৰিৱৰ্তন ৰাষ্ট্ৰীয় নিৰাপত্তা আৰু বৈদেশিক নীতিৰ কেন্দ্ৰ হ'ব : বাইডেন

ABOUT THE AUTHOR

...view details