অসম

assam

ETV Bharat / state

ফিল'বাৰীত "ৰূপকাৰ তুমি ভৱিষ্যতৰ" শীৰ্ষক শৈক্ষিক কাৰ্যসূচীৰ সফল সামৰণি - ৰূপকাৰ তুমি ভৱিষ্যতৰ

যোৱা ১৩ মে'ৰ পৰা অঞ্চলটোৰ বিদ্যালয় সমূহৰ মাজত অনুষ্ঠিত কৰা এই প্ৰতিযোগিতাৰ বৰহোলুং হাইস্কুলত বৃহস্পতিবাৰৰ শৈক্ষিক কাৰ্যসূচী অনুষ্ঠিত হয়

ফিল'বাৰীত "ৰূপকাৰ তুমি ভৱিষ্যতৰ" শীৰ্ষক শৈক্ষিক কাৰ্যসূচীৰ সফল সামৰণি

By

Published : May 30, 2019, 9:12 PM IST

ডুমডুমা, 30 মে': অসম জাতীয়তাবাদী যুৱ-ছাত্ৰ পৰিষদৰ ফিল'বাৰী আঞ্চলিক সমিতিয়ে বৃহত্তৰ ফিল'বাৰী অঞ্চলৰ বাৰখনকৈ অসমীয়া মাধ্যমৰ বিদ্যালয়ত "ৰূপকাৰ তুমি ভৱিষ্যতৰ" শীৰ্ষক এক মেগা কুইজ প্ৰতিযোগিতাৰ আয়োজন কৰে ৷

ফিল'বাৰীত "ৰূপকাৰ তুমি ভৱিষ্যতৰ" শীৰ্ষক শৈক্ষিক কাৰ্যসূচীৰ সফল সামৰণি

যোৱা ১৩ মে' ৰ পৰা অঞ্চলটোৰ বিদ্যালয় সমূহৰ মাজত অনুষ্ঠিত কৰা এই প্ৰতিযোগিতাৰ বৰহোলুং হাইস্কুলত বৃহস্পতিবাৰৰ শৈক্ষিক কাৰ্যসূচী অনুষ্ঠিত হয়। অসম জাতীয়তাবাদী যুৱ-ছাত্ৰ পৰিষদৰ ফিল'বাৰী আঞ্চলিক সমিতিয়ে অঞ্চলটোত শৈক্ষিক বাতাবৰণ সৃষ্টি কৰা উদ্দেশ্যেৰে আৰম্ভ কৰা এই মেগা কুইজ প্ৰতিযোগিতাই অঞ্চলটোত শৈক্ষিক ক্ষেত্ৰত ইতিবাচক প্ৰভাৱ পেলাব বুলি আশা প্ৰকাশ কৰিছে সচেতন লোকে ৷

ABOUT THE AUTHOR

...view details