অসম

assam

ETV Bharat / state

মাৰ্ঘেৰিটাত আলফা (স্বাধীন)ৰ লিংকমেন আটক

লিংকমেনজনৰ পৰা এটা 9 এম এম পিষ্টল, দুই জাঁই সজীৱ গুলি, এটা মেগজিন আৰু নগদ 2500 টকা উদ্ধাৰ কৰে আৰক্ষীয়ে ৷

মাৰ্ঘেৰিটাত আলফা (স্বাধীন)ৰ লিংকমেন আটক

By

Published : Apr 8, 2019, 8:04 PM IST

মাৰ্ঘেৰিটা,8 এপ্ৰিল: মাৰ্ঘেৰিটাৰ লেখাপানী উদয়পুৰত আলফা (স্বাধীন)ৰ এজন লিংকমেন আটক । 3 নং গাৰুৱাল ৰাইফলছৰ টহলদাৰী দলে আটক কৰে লিংকমেন বিজয় বৰাক ।

মাৰ্ঘেৰিটাত আলফা (স্বাধীন)ৰ লিংকমেন আটক

বৰ্তমান লেখাপানী আৰক্ষীৰ জিম্মাত আছে বিজয় বৰা ৷ লোকজনৰ পৰা এটা 9 এম এম পিষ্টল, দুই জাঁই সজীৱ গুলি, এটা মেগজিন আৰু নগদ 2500 টকা উদ্ধাৰ কৰে আৰক্ষীয়ে ৷

ABOUT THE AUTHOR

...view details