- কেবৰ বিৰুদ্ধে জ্বলিছে ৰাজ্য
- বিধেয়কৰ বিৰোধিতাৰে তিনিচুকীয়াৰ চাবুৱাত উলংগ প্ৰতিবাদ
- ৩৭নং ৰাষ্ট্ৰীয় ঘাইপথত উলংগ প্ৰতিবাদ সাব্যস্ত কৰে পাঁচজন প্ৰতিবাদকাৰীয়ে
- প্ৰতিবাদকাৰী কেইজন ক্ৰমে- দুৰ্লভ বৰুৱা,জগদীশ গোঁহাই,দ্বীপজ্যোতি সন্দিকৈ,দিপাংকৰ গগৈ আৰু প্ৰদীপ্ত ফুকন
কেবৰ বিৰোধিতাৰে তিনিচুকীয়াত উলংগ প্ৰতিবাদ - তিনিচুকীয়াত কেব বিৰোধীতাৰে উলংগ প্ৰতিবাদ

৩৭নং ৰাষ্ট্ৰীয় ঘাইপথত প্ৰতিবাদকাৰীৰ উলংগ প্ৰতিবাদ
19:20 December 05
তিনিচুকীয়াৰ ৩৭নং ৰাষ্ট্ৰীয় ঘাইপথত প্ৰতিবাদকাৰীৰ উলংগ প্ৰতিবাদ
উলংগ প্ৰতিবাদ
Last Updated : Dec 5, 2019, 9:37 PM IST