অসম

assam

ETV Bharat / state

NSCN আৰু আছাম ৰাইফলছৰ সংঘৰ্ষত গুলীবিদ্ধ সাধাৰণ নাগৰিক - NSCN আৰু আছাম ৰাইফলৰ সংঘৰ্ষ

সোমবাৰে অৰুণাচলৰ চাঙলাং জিলাৰ নামটকত NSCN (IM) ৰে আছাম ৰাইফলছৰ সংঘৰ্ষ ৷ সংঘৰ্ষত গুলীবিদ্ধ হয় এজন সাধাৰণ নাগৰিক ৷

NSCN
NSCN আৰু আছাম ৰাইফলছৰ সংঘৰ্ষত গুলীবিদ্ধ সাধাৰণ নাগৰিক

By

Published : Feb 24, 2020, 11:43 PM IST

Updated : Feb 24, 2020, 11:55 PM IST

তিনিচুকীয়া, 24 ফেব্ৰুৱাৰীঃ অৰুণাচলৰ চাঙলাং জিলাৰ নামটকত নগা উগ্ৰপন্থী সংগঠন NSCN (IM) ৰে আছাম ৰাইফলছৰ সংঘৰ্ষ ৷ সোমবাৰে সংঘটিত হোৱা সংঘৰ্ষত গুলীবিদ্ধ এজন সাধাৰণ নাগৰিক ৷ ভৰিত গুলী লগা লোকজনক ততাতৈয়াকৈ মাৰ্ঘেৰিটাৰ অসামৰিক চিকিৎসালয়ত ভৰ্তি কৰোৱা হয় যদিও লোকজনক সংকটজনক অৱস্থাৰ বাবে ডিব্ৰুগড়লৈ প্ৰেৰণ কৰাৰ সম্ভৱনা আছে বুলি সদৰী কৰে চিকিৎসকে ৷

NSCN আৰু আছাম ৰাইফলছৰ সংঘৰ্ষত গুলীবিদ্ধ সাধাৰণ নাগৰিক
Last Updated : Feb 24, 2020, 11:55 PM IST

ABOUT THE AUTHOR

...view details