- অৰুণাচল প্ৰদেশৰ টিৰাপত আৰক্ষী আৰু সেনাৰ অভিযান
- এই অভিযানত আটক এগৰাকী দুধৰ্ষ NSCN(U)ৰ কেডাৰ
- গোপন সূত্ৰৰ ভিত্তিত চলাইছিল অভিযান
- টিৰাপ জিলাৰ দেওমালি আৰু চহা সেনা চাউনিৰ জোৱানে চলাইছিল অভিযান
- এই অভিযানত সেনাক সহায় কৰিছিল আৰক্ষীৰ এটা দলে
- ধৃত কেডাৰ গৰাকীৰ পৰা সেনা আৰক্ষীয়ে জব্দ কৰে সজীৱ গুলীসহ এটা পইন্ট 32 mm পিষ্টল
অৰুণাচলৰ টিৰাপত আটক দুধৰ্ষ NSCN(U)ৰ কেডাৰ - এন ডি এফ বি
আৰক্ষী আৰু নিৰাপত্তা বাহিনীৰ সফলতা, নগা উগ্ৰপন্থী সংগঠন NSCN(U)ৰ বিৰুদ্ধে চলোৱা এক যুটীয়া অভিযানত জালত পৰে দুধৰ্ষ এন ডি এফ বি কেডাৰ ৷
অৰুণাচলৰ টিৰাপত আটক দুধৰ্ষ NSCN(U)ৰ কেডাৰ