তিনিচুকীয়া, 10 আগষ্টঃ ৰাষ্ট্ৰীয় অনুসন্ধানকাৰী সংস্থা চমুকৈ নিয়াই চাৰিগৰাকীকৈ এনএছচিএন আইএম নেতাৰ বিৰুদ্ধে ৰুজু কৰিছে ম'ষ্ট ৱান্টেড জাননী ৷ RC 03/2019/NIA/GUW(09-06-2019)নম্বৰত নিয়াই গোচৰ ৰুজু কৰি নেতাকেইগৰাকীৰ বিৰুদ্ধে ঘোষণা কৰিছে নগদ ধনৰ পুৰস্কাৰ ৷
এনএছচিএনৰ চাৰিগৰাকী নেতাক ম'ষ্ট ৱান্টেড ঘোষণা
এনএছচিএনৰ চাৰিগৰাকী নেতাক ম'ষ্ট ৱান্টেড ঘোষণা
09:40 August 10
এনএছচিএনৰ চাৰিগৰাকী নেতাক ম'ষ্ট ৱান্টেড ঘোষণা
নিয়াৰ জাননী জাৰী নেতাকেইজন মেজৰ জেনেৰেল এবচুলেন টাংখুল, লে. কৰ্নেল আপেম, কেপ্টেইন ইলি কেটক আৰু কিলোনছাৰ ৰাবি ৱাংগো বুলি জানিব পৰা গৈছে ৷
উল্লেখ্য যে, অৰুণাচলৰ টিৰাপ সমষ্টিৰ বিধায়ক টিৰন আবহৰ লগতে আন দহগৰাকী লোকৰ হত্যাকাণ্ডৰ সৈতে জড়িত আছিল এইকেইজন বিদ্ৰোহী নেতা ৷
08:29 August 10
বিধায়ক টিৰন আবহৰ হত্যাকাণ্ডত জড়িত চাৰিওগৰাকী বিদ্ৰোহী নেতা
- এনএছচিএন আইএমৰ চাৰিগৰাকী বিদ্ৰোহী নেতাক ম'ষ্ট ৱান্টেড ঘোষণা
- ৰাষ্ট্ৰীয় অনুসন্ধানকাৰী সংস্থা চমুকৈ নিয়াই ঘোষণা কৰিছে মষ্ট ৱান্টেড
- নিয়াই RC 03/2019/NIA/GUW(09-06-2019)নম্বৰত গোচৰ ৰুজু কৰিছে
- নেতাকেইজনৰ বিৰুদ্ধে ঘোষণা কৰা হৈছে নগদ ধনৰ পুৰস্কাৰ
- নেতাকেইজন হৈছে মেজৰ জেনেৰেল এবচুলেন টাংখুল, লে. কৰ্নেল আপেম, কেপ্টেইন ইলি কেটক আৰু কিলোনছাৰ ৰাবি ৱাংগো
- বিধায়ক টিৰন আবহৰ লগতে আন দহজন লোকৰ হত্যাকাণ্ডত জড়িত আছিল এইকেইজন বিদ্ৰোহী নেতা
Last Updated : Aug 10, 2019, 9:55 AM IST