তিনিচুকীয়া,27 মাৰ্চ:পুনৰ ৰাজ্যত ক্ৰমাৎ বৃদ্ধি পাবলৈ ধৰিছে মহামাৰী কৰ'ণা ভাইৰাছত আক্ৰান্ত হোৱা লোকৰ সংখ্যা ৷ তিনিচুকীয়াত ৩৬ জন ব্যক্তিৰ দেহত ধৰা পৰিছে ক’ভিড-19 ৰ উপস্থিতি ৷
তিনিচুকীয়াৰ বাহাদুৰ চাৰিআলিত থকা এটা হোষ্টেলত ধৰা পৰা ক’ভিড ৰোগীসকলৰ ভিতৰত ৩৪ গৰাকী ছাত্ৰী আৰু ২ জন ছাত্ৰী নিবাসৰ কৰ্মী বুলি চিনাক্ত কৰা হৈছে ৷