তিনিচুকীয়া, 20 জানুৱাৰী :তিনিচুকীয়াত জিলা পৰিবহণ বিভাগৰ 32 সংখ্যক ৰাষ্ট্ৰীয় পথ সুৰক্ষা মাহ 2021 পালন কৰা হয় ৷ 'পথ সুৰক্ষা-জীৱন ৰক্ষা' শ্লগানেৰে বুধবাৰৰ পৰা সমগ্ৰ অসমতে 32 সংখ্যক ৰাষ্ট্ৰীয় পথ সুৰক্ষা মাহ পালন কৰা হয় । ইয়াৰ সমান্তৰালভাৱে বুধবাৰৰ পৰা তিনিচুকীয়াতো জিলা পৰিবহণ বিভাগে 32 সংখ্যক ৰাষ্ট্ৰীয় পথ সুৰক্ষা মাহ 2021 পালন কৰা হয় ৷
তিনিচুকীয়াত জিলা পৰিবহণ বিভাগৰ উদ্যোগত পথ সুৰক্ষা মাহ পালন - 32 সংখ্যক ৰাষ্ট্ৰীয় পথ সুৰক্ষা মাহ
তিনিচুকীয়াত পৰিবহণ বিভাগৰ 32 সংখ্যক ৰাষ্ট্ৰীয় পথ সুৰক্ষা মাহ 2021 পালন ৷ মাহটোত জিলাখনৰ প্ৰতিটো প্ৰান্তত পথ সুৰক্ষা আৰু জীৱন ৰক্ষাৰ ওপৰত সজাগতা সৃষ্টি কৰা হ'ব ৷
তিনিচুকীয়াত জিলা পৰিবহন বিভাগৰ উদ্যোগত পথ সুৰক্ষা মাহ পালন
মাহটোত জিলাখনৰ প্ৰতিটো অঞ্চলতে ৰাষ্ট্ৰীয় পথ সুৰক্ষা মাহ 2021 পালন কৰা হ'ব বুলি সাংবাদ মাধ্যমৰ আগত জানিব দিয়ে জিলা পৰিবহণ বিষয়া বুবুল গগৈয়ে । উল্লেখ্য যে, সজাগতা আৰু সুৰক্ষা দিয়াৰ উদ্দেশ্যেৰে প্ৰত্যেক বছৰে পালন কৰি আহিছে ৰাষ্ট্ৰীয় পথ সুৰক্ষা মাহ কাৰ্যসূচী ।
লগতে পঢ়ক :ভোলাগুৰি সত্ৰ সমবায় সমিতিলৈ নাবাৰ্ডৰ 'উৎকৃষ্ট প্ৰদৰ্শন' বঁটা