তিনিচুকীয়া, 20 জানুৱাৰী :বুধবাৰে সন্ধিয়া অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ তিনিচুকীয়া জিলা সমিতিৰ উদ্যোগত এক বিশাল জোঁৰ সমদল উলিওৱা হয় ৷ নাগৰিকত্ব সংশোধনী আইন (CAA) বাতিল কৰা আৰু অসমত ইনাৰ লাইন পাৰ্মিটৰ ব্যৱস্থা কৰাৰ দাবীত জোঁৰ সমদল উলিয়াই সংগঠনটোৱে ।
তিনিচুকীয়াত অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ জোঁৰ সমদল - ইনাৰ লাইন পাৰ্মিট
অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ, তিনিচুকীয়া জিলা সমিতিৰ উদ্যোগত এক বিশাল জোঁৰ সমদল উলিওৱা হয় ৷ নাগৰিকত্ব সংশোধনী আইন (CAA) বাতিল কৰা আৰু অসমত ইনাৰ লাইন পাৰ্মিট ব্যৱস্থা কৰাৰ দাবীত জোঁৰ সমদল উলিয়াই সংগঠনটোৱে ।
![তিনিচুকীয়াত অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ জোঁৰ সমদল massive-protest-in-tinsukiya](https://etvbharatimages.akamaized.net/etvbharat/prod-images/768-512-10317287-367-10317287-1611161131555.jpg)
তিনিচুকীয়াত অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ প্ৰতিবাদ
তিনিচুকীয়াত অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ প্ৰতিবাদ
উল্লেখ্য যে, অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ তিনিচুকীয়াৰ চিৰাপতিস্থিত মুখ্য কাৰ্যালয়ৰ পৰা থানা চাৰিআলিলৈ প্ৰতিবাদকাৰীসকলে যাব বিচৰাত প্ৰতিবাদকাৰীক প্ৰশাসনে বাধা প্ৰদান কৰে ৷
লগতে পঢ়ক :অপহৃত অইল কৰ্মচাৰীৰ সোণোৱাল, নিতিশ কুমাৰলৈ আহ্বান