অসম

assam

ETV Bharat / state

তিনিচুকীয়াত সাংবাদিকৰ মাজত মাস্ক বিতৰণ যুৱ উদ্যোগীৰ - তিনিচুকীয়া প্ৰেছ ক্লাৱ

শনিবাৰে তিনিচুকীয়া প্ৰেছ ক্লাৱত যুৱ উদ্যোগী তথা দি অসম কম্পিউটাৰ্ছৰ স্বত্বাধিকাৰী ৰাজৰ্ষি গগৈৰ ব্যক্তিগত প্ৰচেষ্টাত সাংবাদিক সকলৰ মাজত মাস্ক আৰু ছেনিটাইজাৰৰ লগতে হাতমোজা বিতৰণ কৰা হয় ।

Mask Distribution to Journalist at Tinsukia
তিনিচুকীয়াত সাংবাদিকৰ মাজত মাস্ক বিতৰণ যুৱ উদ্যোগীৰ

By

Published : May 16, 2020, 7:55 PM IST

তিনিচুকীয়া,16 মেঃ তিনিচুকীয়াৰ সাংবাদিক সকলক মাক্স-ছেনিটাইজাৰ বিতৰণ যুৱ উদ্যোগী ৰাজৰ্ষি গগৈৰ । শনিবাৰে তিনিচুকীয়া প্ৰেছ ক্লাৱত যুৱ উদ্যোগী তথা দি অসম কম্পিউটাৰ্ছৰ স্বত্বাধিকাৰী ৰাজৰ্ষি গগৈৰ ব্যক্তিগত প্ৰচেষ্টাত সাংবাদিক সকলৰ মাজত মাস্ক আৰু ছেনিটাইজাৰৰ লগতে হাতমোজা বিতৰণ কৰা হয় । ইয়াৰ উপৰিও কৰ'ণাৰ ভয়াৱহতাৰ মাজতো দিনে নিশাই বাতৰি সংগ্ৰহত জড়িত সাংবাদিক সকলক প্ৰশংসা কৰে ৰাজৰ্ষি গগৈয়ে ।

তিনিচুকীয়াত সাংবাদিকৰ মাজত মাস্ক বিতৰণ যুৱ উদ্যোগীৰ

ABOUT THE AUTHOR

...view details